উত্থিত পদ্মাসন - যোগাসন

উত্থিত পদ্মাসন - যোগাসন




প্ৰণালী – প্ৰথমতে পূৰ্বৰ দৰে পদ্মাসন বহক। তাৰ পাছত দুহাতৰ ওপৰত ভৰ দি দেহটো যিমানদূৰ সম্ভব ওপৰলৈ তোলক। সেই সময়ত শ্বাস লোৱা আৰু ত্যাগ কৰা স্বাভাৱিক ৰাখিব। এই অৱস্থাত ১৫ চেকেণ্ড থাকিব। তাৰ পাছত ১০ চেকেণ্ড সময় বিশ্রাম লৈ আকৌ আৰম্ভ কৰিব। (ছবি অনুসৰণ কৰক)

উপকাৰিতা – এই আসন কৰিলে শৰীৰৰ মেদ কমে, ক্ষুধা বাঢ়ে। পেট, হাত, কান্ধৰ মাংসপেশী সবল আৰু কৰ্মক্ষম হয়।

Post a Comment

0 Comments