বদ্ধ পদ্মাসন - যোগাসন

বদ্ধ পদ্মাসন  - যোগাসন


প্রণালী – প্রথমে পদ্মাসনত বহক। তাৰ পাছত সোঁহাত পিঠিৰ ওপৰেৰে আনি সোঁ ভৰিৰ আঙুলিত ধৰক আৰু বাওঁ হাত পিঠিৰ ওপৰেৰে আনি বাওঁ ভৰিৰ আঙুলিত ধৰক। দৃষ্টি সন্মুখৰ ফালে প্ৰসাৰিত কৰক। নাক আৰু মুখ পোনকৈ ৰাখিব। বুকু স্ফীত কৰক। ৩০ চেকেণ্ড এই আসন কৰি ১০ মিনিট বিশ্রাম লৈ ভৰি পৰিবৰ্তন কৰি আকৌ অভ্যাস কৰিব। (ছবি অনুসৰণ কৰক)

 উপকাৰিতা – এই আসন কৰিলে মেৰুদণ্ড পোন হয়। কান্ধ সমান কৰি ৰখা বাবে যিসকলৰ কণ্ঠৰ হাড় ওলাই আহে সেয়া স্বাভাৱিকলৈ ঘূৰি আহে।

Post a Comment

0 Comments