সেতু বন্ধাসন - যোগাসন

 সেতু বন্ধাসন - যোগাসন


প্রণালী – 

প্রথমতে চিৎ হৈ শুই আঠু দুটা ভঁজ কৰক। এইবাৰ ভৰিৰ ওপৰত ভৰ ৰাখি কঁকাল, পিঠি আৰুগলধনৰ নিম্নাংশ পর্যন্তওপৰলৈ তােলক। এইসময়ত দুইহাকিলাকুটি মাটিতৰাখি হাতেৰে কঁকালখন ওপৰলৈ দাঙি তােলক। ১০/১২ চেকেণ্ড এইদৰে থাকি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহি ৫ চেকেণ্ড শবাসনত বিশ্রাম লৈ পুনৰ আসনটো কৰি। এইদৰে ৪/৫ বাৰ কৰিব।





 উপকাৰিতা — 

এই আসন কৰিলে পেটত গেছনহয়। বদহজম নহয়। মেৰুদণ্ড নমনীয় হয় আৰু কর্মক্ষমতা বৃদ্ধি পায়। কান্ধ, গলধন, কিলাকুটি আৰু হাতৰ তলুৱা সবল আৰু সতেজ হয়।

Post a Comment

0 Comments