স্কন্ধ পীড়াসন - যোগাসন

স্কন্ধ পীড়াসন - যোগাসন


প্রণালী – 

প্রথম অৱস্থাত এই আসন কৰা অলপ কঠিন হয়। অভ্যাস কৰিলে সহজ হৈ পৰে। প্ৰথমতে ভৰি দুখন সন্মুখৰফালে মেলি বহক। তাৰ পাছত ভৰি দুখন আঠুত ভাজ কৰি ভৰিৰ তলুৱা দুখন সন্মুখা সন্মুখিকৈ লগলগাই দিয়ক। এইবাৰ সেই ভৰি দুখন নাভি পর্যন্ত ওপৰলৈ তােলক। তাৰ পাছত হাত দুখন নমস্কাৰৰ ভঙ্গিত ৰাখক। ভৰি দুখনে নাভি স্পর্শ কৰিব লাগিব। 





উপকাৰিতা — এই আসন কৰিলে নাড়ী সংক্রান্ত কোনাে ৰােগ নহয়। আঠুৰ বেদনা নহয়। গাঁঠি বাতৰ পৰা মুক্তি পােৱা যায়।

Post a Comment

0 Comments