অঙ্গুষ্ঠাসন - যোগাসন

অঙ্গুষ্ঠাসন - যোগাসন


প্রণালী – 

ভৰি দুখন সন্মুখৰ ফালে পােনকৈ মেলি বহক। তাৰ পাছত শৰীৰৰ দুয়ােকাষে এনেভাবে ৰাখক যাতে আঙুলিবােৰ ভৰিৰ ফালে থাকে। এইবাৰ হাতৰ তলুৱাৰ ওপৰত শৰীৰৰ ভৰ ৰাখি নিতম্বৰ পৰা ভৰিৰ গােৰােহালৈকে গােটেই শৰীৰ তুলি ধৰক। এই সময়ত ভৰি দুখন কিন্তু মাটিৰ সমান্তৰাল ভাৱে থাকিব। (তলৰ ছবি চাওক)। এইদৰে ৩০ চেকেণ্ড থাকি শবাসনত বিশ্রাম লৈ আসনটো পুনৰ ৪/৫ বাৰ কৰিব। ৯ বছৰৰ পৰা ১৮ বছৰৰ ল'ৰাছােৱালীবােৰে এই আসন কৰিব পাৰে। 




উপকাৰিতা – 

এই আসন কৰিলে অজীর্ণ, কোষ্ঠবদ্ধতা গলধনৰ মাংসপেশী সবল আৰু দৃঢ় হয়।  হাত দুখন ৰােগ দূৰ হয়। হাত, ভৰি তলৰ

Post a Comment

0 Comments