সপ্ৰণতি কুৰ্মাসন - যোগাসন

 সপ্ৰণতি কুৰ্মাসন - যোগাসন


প্রণালী -

প্রথমতে ভদ্রাসনত বহক। এইবাৰ দুহাতেৰে দুই ভৰিৰ পতাত ধৰক। তাৰ পাছত শ্বাস এৰি এৰি কপালখন ভৰিৰ বুঢ়া আঙুলিত লগাওক। ১৫ চেকেণ্ড শ্বাস বন্ধ কৰি এই অৱস্থাত থাকি শ্বাস এৰি এৰি আগৰ অৱস্থালৈ আহক। ৭/৮ বাৰ এই আসনটো কৰিব। ১২ বছৰ বয়সৰ পৰা আৰম্ভ কৰি বেচি বয়সৰ লােকেও এই আসন কৰিব পাৰে। কিন্তু হাওঁফাওঁৰ ৰােগী আৰু উচ্চ ৰক্তচাপৰ ৰোগীয়ে এই আসন নকৰিব। 





উপকাৰিতা -

মেদ হ্রাস কৰে। কোষ্ঠকাঠিন্য, অম্ল, অক্ষুধা দূৰ কৰে। ওখ হােৱাত সহায় কৰে। ভৰিৰ বাত আৰু হাঁপানি নিৰাময় হয়। প্লীহা তথা যকৃতৰ ৰােগীয়ে ভাল উপকাৰ পাব। :

Post a Comment

0 Comments