তাৰাসন - যোগাসন

তাৰাসন - যোগাসন



প্রণালী - 

প্রথমতে ভৰি দুখন লগলগাই পােন হৈ থিয় হওঁক। এইবাৰ হাত দুখন পােন কৰি সন্মুখৰফালে আগবঢ়াই দিয়ক। এই হাত দুখন কিন্তু কান্ধৰ সমান্তৰালত ৰাখিব লাগিব। এই অৱস্থাত হাত দুখন যাতে পােন হৈ থাকে আৰু নকঁপে তাৰ প্রতিও দৃষ্টি ৰাখিব লাগিব। এইদৰে ১০/১৫ চেকেণ্ড থাকি শবাসন ১০ চেকেণ্ড বিশ্রাম ল’ব। ৫/৬ বাৰ এই আসনটো কৰিব। 





উপকাৰিতা — এই আসন কৰিলে হাওঁফাওঁ আৰু বুকুৰ পেশী -সবল আৰু সতেজ হয়। বক্ষস্থল প্রসস্ত হয়। শৰীৰ ওখ হয়।

Post a Comment

0 Comments