তৌলাসন - যোগাসন

তৌলাসন - যোগাসন



প্রণালী – বকাসনৰ সময়ত যেনেদৰে দুই হাত তলুৱা মাটিত ৰাখি উবুৰি হৈ বহিছিল তেনেদৰে বহক। তাৰ পাছত ভৰিৰ পতা দুখন কিলাকুটিৰ তলত হাতৰ মাজত ৰাখক। এইদৰে হাতৰ তলুৱাত ভৰ দি ভৰি দুখনেৰে হাত দুখন পেচাই ধৰি ১৫ চেকেণ্ড থাকক। তাৰ পাছত ৫ চেকেণ্ড বিশ্রাম লৈ পুনৰ আসনটো কৰিব। এইদৰে ৫/৬ বাৰ আসনটো কৰিব।





উপকাৰিতা — এই আসন কৰিলে পেট আৰু বুকুৰ অভ্যন্তৰীণ ভাগ সতেজ আৰু সবল হয়। মেৰুদণ্ডৰ কর্ম ক্ষমতা বৃদ্ধি পায়। চকুৰ কোনাে দোষ থাকিলে দূৰ হয়।

Post a Comment

0 Comments