তাড়াসন - যোগাসন

তাড়াসন - যোগাসন



প্রণালী – প্রথমে এনেভাৱে পােন হৈ থিয় হ’ব যাতে শৰীৰটো এডাল সৰলৰেখাৰ দৰে থাকে। এইবাৰ হাত দুখন কাণৰ কাষেৰে লৈ গৈ পােন কৈ ওপৰলৈ তােলক। তাৰ পাছত হাত দুখনৰ আঙুলিবােৰ লগলগাব। এই সময়ত চকুৰ দৃষ্টি ওপৰলৈ ৰাখিব। এই সময়ত ভৰিৰ আঙুলিৰ ওপৰত দেহৰ ভৰ ৰাখিব। এই সময়ত ভৰিৰ আঙুলিৰ ওপৰত দেহৰ ভৰ ৰাখিব। এই অৱস্থাত ২০/২৫ চেকেণ্ড থাকি শবাসনত ১০ চেকেণ্ড বিশ্রাম ল'ব। এইদৰে এই আসনটো ৫/৬ বাৰ কৰিব।





উপকাৰিতা — এই আসন কৰিলে মেৰুদণ্ড পােন হয়। শৰীৰৰ দৈৰ্ঘর্তা বাঢ়ে, শৰীৰত চর্বি জমা না হয়। ভৰিৰ শক্তি বৃদ্ধি পায়।

Post a Comment

0 Comments