যোগাসন - নৌকাসন

যোগাসন - নৌকাসন




প্রণালী – 

প্রথমে চিৎ হৈ শুই মূৰৰ ফালে দুই হাত মেলি দিয়ক। এইবাৰ দুই ভৰি আৰু দুই হাত লগলগাই দিয়ক। এইবাৰ দুই হাত আৰু দুই ভৰি যিমানখিনি পাৰে ওপৰলৈ তােলক। লক্ষ্য ৰাখিব হাত আৰু ভৰি যেন ভঁজ নালাগে। পিঠি মাটিত লাগি থাকিব। এনেদৰে ১৫ চেকেণ্ডৰ পৰা ১ মিনিট থাকি আকৌ পূৰ্বৰ অৱস্থালৈ ফিৰি আহি বিশ্রাম লৈ পুনৰ আসনটো কৰিব।





উপকাৰিতা — 

এই আসন কৰিলে শৰীৰৰ দৈর্ঘ বাঢ়ে। কঁকালৰ বাত বেদনা দূৰ হয়। হাত ভৰিৰ মাংসপেশী সবল আৰু দৃঢ় হয়।

Post a Comment

0 Comments