অগ্নিসাৰ ধৌত - যোগাসন

অগ্নিসাৰ ধৌত - যোগাসন



প্রণালী – 

ধ্যানাসন বা পদ্মাসনত বহক। তাৰ পাছত লাহে লাহেশ্বাস লৈ লৈ নাভিটো পেটৰ ভিতৰলৈ সােমাই নিয়ক। এনেভাৱে সােমাই নিব যাতে তলপেটে মেৰুদণ্ড স্পর্শ কৰে। এই আকর্ষণ আৰু বিকর্ষণৰ বাবে ৫ চেকেণ্ড সময় ল’ব। ভিতৰলৈ শ্বাস টানি ৫ চেকেণ্ড ৰাখিব আকৌ শ্বস এৰি ৫ চেকেণ্ড থাকিব। দুই হাত দুই আঠুৰ ওপৰত ৰাখিব।





 উপকাৰিতা — 

মহিলাসকলৰ মাতৃ অঙ্গৰ স্থানচ্যুতি, শ্বেত প্ৰদৰ, অনিয়মিত ঋতু আদি ৰােগ নিৰাময় হয়। বস্তিদেশৰ স্নায়ুপেশী সবল হয়। বীর্যক্ষয় ৰক্ষা কৰে। অজীর্ণ, উদাময়, কোষ্ঠবদ্ধতা, পেটফুলা প্রভৃতি পেটৰ ৰােগ ভাল হয়।

Post a Comment

1 Comments

  1. If the Player’s third card is 8, the Banker attracts when he has a 0-2, and stays with 점보카지노 a 3-7. That win actually pays 8 to 1 with a tie of us, that's good things. You might have no idea what was going on… that's outcome of|as a outcome of} the dealer was speaking in French.

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)