পাশিনী মুদ্রা - যোগাসন

পাশিনী মুদ্রা - যোগাসন



প্রণালী – 

প্রথমতে গ্রীবা আসনৰ দৰে আসন কৰক। তাৰ পাছত দুহাতৰ ওপৰত দেহৰ ভৰ ৰাখি যিমানখিনি সম্ভৱ মাটিৰ পৰা দেহটো ওপৰলৈ তােলক। এইভাৱে ৩০ চেকেণ্ড থাকি ১০ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। এইদৰে। ৫/৬ বাৰ মুদ্ৰাটো অভ্যাস কৰিব।





উপকাৰিতা -

এই আসন কৰিলে অজীর্ণ, কোষ্ঠবদ্ধতা আৰু বাত ৰােগ নিৰাময় হয়। অতিৰিক্ত মেদ বৃদ্ধি নহয়।

Post a Comment

0 Comments