পাশিনী মুদ্রা - যোগাসন
প্রণালী –
প্রথমতে গ্রীবা আসনৰ দৰে আসন কৰক। তাৰ পাছত দুহাতৰ ওপৰত দেহৰ ভৰ ৰাখি যিমানখিনি সম্ভৱ মাটিৰ পৰা দেহটো ওপৰলৈ তােলক। এইভাৱে ৩০ চেকেণ্ড থাকি ১০ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। এইদৰে। ৫/৬ বাৰ মুদ্ৰাটো অভ্যাস কৰিব।
উপকাৰিতা -
এই আসন কৰিলে অজীর্ণ, কোষ্ঠবদ্ধতা আৰু বাত ৰােগ নিৰাময় হয়। অতিৰিক্ত মেদ বৃদ্ধি নহয়।
0 Comments