কেনিয়া দেশৰ বিষয়ে আপুনি নজনা ১৩ টা আচৰিত তথ্য

কেনিয়া দেশৰ বিষয়ে আপুনি নজনা ১৩ টা আচৰিত তথ্য …

Kenya



১) বিজ্ঞানীসকলে বিশ্বাস কৰে যে মানুহৰ উদ্ভৱ হৈছে কেনিয়াত, যিহেতু ইয়াত আটাইতকৈ পুৰণি মানুহৰ অৱশিষ্ট পোৱা গৈছে।


2) কেনিয়াৰ ইতিহাস হৈছে গোলামৰ ইতিহাস, ১০০ বছৰ গোলাম কাটি  কেনিয়াই ১৯৬৩ চনৰ ১২ ডিচেম্বৰত গ্ৰেট ব্ৰিটেইনৰ পৰা মুক্তি লাভ কৰিছিল। আৰু ১৯৬৪ চনত তেওঁ সংবিধান ৰচনা কৰি নিজকে গণতন্ত্ৰ বুলি ঘোষণা কৰিছিল ।


৩) কেনিয়াৰ ২টা চৰকাৰী ভাষা আছে- ৱাহিলি আৰু ইংৰাজী। কিন্তু ইয়াত 60ৰো অধিক স্থানীয় ভাষা কোৱা হয়।


৪) কেনিয়াৰ প্ৰায় ২৬ মিলিয়ন লোকে নিশা নগ্ন হৈ দৌৰৰ অনুশীলন কৰে। ইয়াত আপুনি প্ৰতিটো পৰিয়ালত প্ৰায় একোজন এথলীট পাব।


5) কেনিয়া হৈছে কফিৰ এক মহান উৎপাদক আৰু বিশ্বৰ বেছিভাগ কফি উৎপাদন কেনিয়াৰ পৰা হয়, কিন্তু ইয়াত থকা লোকসকলে কফিৰ সলনি চাহ আৰু বিয়েৰ পান কৰিবলৈ বেচি বিচাৰে।


৬) এজন কেনিয়া উকীলে বৰাক অবামাৰ পৰিয়ালক ৫০ টা গৰু, ৭০ টা ভেৰা দিবলৈ প্ৰস্তাৱ দিছিল কিন্তু তাৰ পৰিৱৰ্তনত তেওঁ অবামাৰ কন্যাক বিয়া কৰাব বিচাৰিছিল।


৭) প্লাষ্টিক বেগৰ ব্যৱহাৰৰ ওপৰত কেনিয়াত বিশ্বৰ আটাইতকৈ শক্তিশালী আইন আছে। তাত প্লাষ্টিকৰ মোনাৰ উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত 4 বছৰৰ কাৰাদণ্ড বা 25 লাখ টকাৰ জৰিমনা আৰোপ কৰিব পাৰি।


৮) কেনিয়াত একাধিক পত্নীও থাকিব পাৰে। এজন পতিৰ কেইবাটাও পত্নী তাত বৈধ ।


৯) গোলাপফুল উৎপাদনত কেনিয়া বিশ্বৰ ৩ নং স্থানত আছে। কেনিয়াক ইউৰোপৰ Flower Garden of Europe বুলিও কোৱা হয়।


১০) কেনিয়াত প্ৰায় 1132 প্ৰকাৰৰ পক্ষী আছে । আৰু ইয়াৰ ভিতৰত, এখন উদ্যানত 24 ঘণ্টাত প্ৰায় 342 প্ৰকাৰৰ পক্ষী মিলিত হোৱা দেখা পোৱা যায়, যিটো বিশ্বৰ এক মহা ৰেকৰ্ড।


১১) কেনিয়াত বিবাহৰ যৌতুকত দিবলৈ প্ৰথম ১০ টা গৰুৰ পৰা আৰম্ভ কৰা হয়।


১২) কেনিয়াৰ 32 জন লোকে যিমান প্ৰাকৃতিক বস্তু যেনে - বায়ু, পানী, গছ, মাটি… ব্যৱহাৰ কৰে, আমেৰিকাৰ ঠিক একজন মানুহেই সিমান ব্যৱহাৰ কৰে ।

১৩) কেনিয়াৰ মুদ্ৰা হৈছে শিলিং। আৰু এটা শিলিংৰ মূল্য ভাৰতত 0.68 টকা।

Post a Comment

0 Comments