এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে ১৯ টা আচৰিত আৰু নজনা তথ্য

 এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে ১৯ টা  আচৰিত আৰু নজনা তথ্য -

এণ্টাৰ্কটিকা



১) এণ্টাৰ্কটিকাত কিছুমান এনেকুৱা স্থান আছে য'ত 20 নিযুত বছৰ ধৰি কোনো বৰষুণো হোৱা নাই বৰফো পৰা নাই ।

২) এণ্টাৰ্কটিকা ইউৰোপ মহাদেশতকৈ  1.3 গুণ ডাঙৰ।

৩) এণ্টাৰ্কটিকা হৈছে বিশ্বৰ সৰ্ববৃহৎ মেৰু মৰুভূমি।

৪) এণ্টাৰ্কটিকাৰ 1% তকৈওঁ কম অংশ আছে যত কেতিয়াও বৰফ পৰা নাই।

৫) এণ্টাৰ্কটিকাত আটাইতকৈ পুৰণি শুক্ৰাণু পোৱা গৈছে। এইয়া হৈছে কীট-পতংগৰ 50 নিযুত বছৰীয়া শুক্ৰাণু।

৬) এণ্টাৰ্কটিকাত এতিয়ালৈকে সৰ্বোচ্চ তাপমাত্ৰা 58.2°F (14.5°C)।

৭) প্ৰায় ৫৩ মিলিয়ন বছৰ আগতে এণ্টাৰ্কটিকা এটা অতি গৰম স্থান আছিল, ইমান গৰম যে ইয়াৰ কাষৰ পাম গছবোৰ সহজে ডাঙৰ হৈছিল। সেই সময়ত তাপমাত্ৰা ইয়াত 20°চেণ্টিগ্ৰেডতকৈ অধিক আছিল।

৮) এণ্টাৰ্কটিকা হৈছে বিশ্বৰ শুক্ৰাশয় স্থান। কেৱল সেইটোৱে নহয়, পৃথিৱীৰ শুকান স্থানো এণ্টাৰ্কটিকাতেই আছে, যাক শুকান উপত্যকা বুলিও কোৱা হয়।

৯) McMurdo ষ্টেচন নামৰ এণ্টাৰ্কটিকাত এটা নিউক্লিয় পাৱাৰ ষ্টেচনও আছে। এই পাৱাৰ ষ্টেচনটো ১৯৬২ চনৰ পৰা ইয়াত চলি আছে।

১০)  ১৯৯৪ চনৰ পিছত এণ্টাৰ্কটিকাৰ পৰা Husky কুকুৰ নিষিদ্ধ কৰা হৈছিল।

১১) ১৯৮৩ চনৰ ২১ জুলাইত এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত -128.56°F ত পৃথিৱীৰ নিম্নতম তাপমাত্ৰা লিপিবদ্ধ কৰা হৈছিল।

১২) এণ্টাৰ্কটিকাৰ বৰফৰ গড় ঘনত্ব প্ৰায় ১.৬ কিলোমিটাৰ। আৰু পৃথিৱীৰ পৰিষ্কাৰ পানীৰ 90% তাত আছে কিন্তু এইয়া বৰফ হৈ আছে ।

১৩) আপুনি নিশ্চিত নহ'বও পাৰে কিন্তু এণ্টাৰ্কটিকাত এটা এ.টি.এম. আছে।

১৪) বৰ্তমানলৈকে পোৱা 90% উল্কাপিণ্ড এণ্টাৰ্টিকাৰ পৰা আহিছে।

১৫) এণ্টাৰ্কটিকাত, কোনো কোনো স্থানত 320 KM/H গতিৰে বায়ু চলি থাকে।

১৬) নৰৱেৰ Roald Amundsen  প্ৰথম এন্টাৰ্কটিকাৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম ব্যক্তি আছিল।

১৭) যদি ১৮২০ চনত এই মহাদেশ দেখা নাপালহেতেন তেন্তে এণ্টাৰ্কটিকাৰ অস্তিত্বৰ বিষয়ে কোনেও নাজানিলে হেতেন । প্ৰথমে মানুহে ধাৰনা কৰিছিল যে ই কেৱল দ্বীপৰ এটা গোটহে ।

১৮) এণ্টাৰ্কটিকা হৈছে পৃথিৱীৰ একমাত্ৰ মহাদেশ য'ত একেবাৰে সৰ্প পোৱা নাযায়।

১৯) এণ্টাৰ্কটিকা হৈছে একমাত্ৰ মহাদেশ য'ত কোনো Time zone নাই।

Post a Comment

0 Comments