কানাডা দেশৰ বিষয়ে ১৮ টা কিছুমান নজনা আৰু আচৰিত তথ্য

কানাডা দেশৰ বিষয়ে ১৮ টা কিছুমান নজনা আৰু আচৰিত তথ্য - 

Canada





১) কানাডা নামটো দুৰ্ঘটনাক্ৰমে দিয়া গৈছিল, যাৰ অৰ্থ হৈছে "গাওঁ"।


২) ৰাছিয়াৰ পিছত কানাডা হৈছে বিশ্বৰ সৰ্ববৃহৎ দেশ।


৩) কানাডা হৈছে বিশ্বৰ আটাইতকৈ পঢ়া লিখা কৰা দেশ। ইয়াত আধাতকৈও অধিক লোকৰ কলেজত ডিগ্ৰী আছে।


৪) Macroni আৰু পনিৰ বিশ্বৰ ভিতৰত সৰ্বাধিক কানাডাত খোৱা যায় ।


৫) আমেৰিকাৰ The Mall Of America মলৰ স্বত্বাধিকাৰী জন হৈছে কানাডিয়ান।


6. সমগ্ৰ বিশ্বৰ কথা ক'লে কানাডাত সৰ্বনিম্ন মাধ্যাকৰ্ষণ শক্তি আছে।


৭) কানাডাৰ আনুষ্ঠানিক ফোন নম্বৰ হৈছে 1-800-0-CANADA ।


৮) ১৭৭৫ চনত আৰু ১৮১২ চনত আমেৰিকাই দুবাৰ কানাডাক আক্ৰমন কৰিছিল যদিওঁ দুয়োবাৰেই  আমেৰিকা পৰাজিত হৈছিল ।


৯) বিশ্বৰ আধা বাতৰি কাকত কেৱল আমেৰিকা আৰু কানাডাত প্ৰকাশ কৰা হয়।


১০) কানাডাত, আপুনি সাপ ৰাজহুৱা স্থানলৈ নিব নোৱাৰে । এনে কৰিলে আপোনাক কাৰাৰুদ্ধ কৰিব পাৰি।


১১) কানাডাৰ ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ চুইজাৰ্লেণ্ডতকৈ ডাঙৰ।


12. বিশ্বত মুঠ ২৫,০০০ প্ৰকাৰৰ ভালু আছে, যাৰ ভিতৰত ১৫,৫০০ টা কানাডাত আছে।


১৩) কানাডাত বিশ্বৰ ভিতৰত সৰ্বাধিক জিলা  আছে।


১৪) বিশ্বৰ সৰ্ববৃহৎ জাহাজ কানাডাত আছে।


১৫) আমেৰিকা আৰু কানাডাৰ সীমান্ত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ সীমান্ত । এই সীমা ইমান ডাঙৰ যে ইয়াত সকলো সময়তে সৈন্যৰ অভাৱ হয় থাকে ।


১৬) কানাডা দেশৰ জনসংখ্যা জাপানৰ ৰাজধানী টকিঅ'তকৈওঁ কম।


১৭) বিশ্বৰ পৰিষ্কাৰ পানীৰ 20% কানাডাৰ হ্ৰদত আছে।


১৮) বাস্কেটবলৰ আৱিস্কাৰ কৰিছিল এজন কানাডিয়ান।


Post a Comment

0 Comments