আহি আছে Realmi X3

আহি আছে Realmi X3 


Realm brand
 ৰ আন এটা স্মাৰ্টফোন আহি আছে ভাৰতত । যাৰ নাম হৈছে Realmi X3 । আৰু ইয়াৰে Teaser অলপতে মুকলি কৰিলে কোম্পানীয়ে । লক্ষনীয় Realmi X3 ৰ সম্পৰ্কে বহু দিনৰ পৰা ভিন্ন নিউজ ওলাই আছিল যদিওঁ কিছুদিন আগতে কোম্পানীয়ে ইয়াৰ teaser মুকলি  কৰি এই স্মাৰ্টফোনটোৰ মুকলি কৰাৰ কথা স্পষ্ট কৰিলে । অৱশ্যে এই ক্ষেত্ৰত কোম্পানীয়ে এই স্মাৰ্টফোনটোৰ তথ্য বহুত কমকৈ জানিব দিছে । আপোনাক মনত পেলাই দিও যে কিছু মাহৰ আগতে ইউৰোপত এই এই brand এ Realmi X3 Super zoom স্মাৰ্টফোনটো মুকলি কৰিছিল । আৰু এতিয়া  ইয়াৰে  Standard Realmi X3 টো ভাৰতত মুকলি কৰাৰ কথা স্পষ্ট হয় পৰিছে অলপতে teaser মুকলি  হোৱাৰ পৰা । লক্ষনীয় যে Realmi X3 Super zoom   স্মাৰ্টফোনটো একেলগে এই একেটা মাহতেই মুকলি হোৱাৰ সম্ভাৱনাও  ব্যক্ত কৰিছে এক বিশেষ সুত্ৰই ।

আপোনাক জনাই দিও যে কোম্পানীয়ে এতিয়ালৈকে Realmi X3 স্মাৰ্টফোনটো মুকলি কৰাৰ সঠিক দিন আৰু এই ফোনটোৰ variant আদিবোৰ স্পষ্ট কৰা নাই । কোম্পানিয়ে টুইটাৰ একাউন্ট যোগে Realmi X3 ফোনটোৰ মাত্ৰ teaser হে মুকলি কৰিছে য'ত তাৰ সলনি কোম্পানীয়ে কোনো ধৰনৰ তথ্য মুকলি কৰা নাই ।


গতিকে আজিৰ দিনটোৰ Realmiৰ ফালৰ পৰা অহা Tech update এইখিনিয়েই ।


Post a Comment

0 Comments