whatsapp এ এটা Pament ফিচাৰ মুকলি কৰিলে

whatsapp এ এটা Pament ফিচাৰ মুকলি কৰিলে



Instant Massanger app whatsapp এ এটা Pament ফিচাৰ মুকলি কৰিচে যাৰ দ্বাৰা এতিয়াৰ পৰা whatsapp ত ইমানেই টকা পেৰন কৰিবলৈ সহজ হব যিমান ফটো এখন পেৰন কৰিবলৈ সহজ হয়  ৷ whatsappৰ সহমিত্র APP হৈছে Face book | ফেচবুকৰ CEO মার্ক জুগাৰবাগ এ কৈছে যে এই Whatsapp ৰ Payment ফিচাৰটো Facebok Pay ৰ আধাৰত চলিব ৷ বর্তমান Whatsapp ৰ এই ফিচাৰটো ব্ৰাজিলত মুকলি কৰিলে ৷ আৰু ভাৰততো এই ফিচাৰটো অতি সোনকালে মুকলি কৰিব  বুলি মত প্ৰকাশ কৰিছে আৰু তাৰ বাবে কোম্পোনীয়ে বর্তমান চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছে বুলি জানিব দিছে ।


ফেচবুক CEO জুগাৰবর্গে কৈছে যে whatsapp ৰ এই ফিচাৰটোৱে সৰুৰ পৰা ডাঙৰ  বিজিনেচ কৰা লোক সকলক অতিকৈ লাভম্বিত কৰিব ৷ এই ফিচাৰটোৱে তেও লোকৰ বিজিনেচ টো অতি সহজ কৰি তুলিব বুলি তেওঁ মন্তব্য প্রকাশ কৰিছে৷ whatsapp ৰ এই Parment প্রক্রিয়া টো Facebook Pay ৰ যোগেদি হব ৷ আৰু ই সম্পূর্ণ সুৰক্ষিত হব ৷ এই ফিচাৰ টো সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ সহজ কৰিব ৷ আৰু ইয়াক সকলোৱে ব্যৱহাৰৰ বাবে অতি সোনকালে সকলো বোৰ দেশত মুকলি কৰিব বুলি CEO জুগাৰবার্গে মন্তব্য প্রকাশ কৰিছে ৷



গতিকে আজিৰ দিনটোৰ  WhatsAppৰ ফালৰ পৰা অহা Tech update এইখিনিয়েই ।

Post a Comment

0 Comments