নকিয়াই পুনৰ মুকলি কৰিলে nokia 5310 phone

নকিয়াই পুনৰ মুকলি কৰিলে nokia 5310 phone 




নকিয়াই পুনৰ বাৰ তেওঁলোকৰ iconic ফোন ভাৰতলৈ ওভতাই লৈ আনিছে ।  ১৬ জুন অৰ্থাৎ দুদিনমান আগতে 
HDM Global এ ভাৰতত nokia 5310 phone টো মুকলি কৰিলে ।

নকিয়া nokia 5310 xpress music ফোনটো এটা music sentric feature phone হয় যাক পুৰনা nokia xpress music টোৰ দৰে control কৰা হৈছে । ইয়াৰ আগতেওঁ নকিয়াই পুৰনা ফোনবোৰক এনেদৰে পুনৰ বাৰ নতুন শৈলিত বা নতুন ডিজাইনত মুকলি কৰিছে যিটো ধাৰাতেই ১৬ তাৰিখে নকিয়াই এনদৰও এই nokia 5310 xpress music টো মুকলি কৰিলে ।


লক্ষনীয় যে HMD global এ কিছুদিন আগতে এই ফোনটোটোৰ teaser  মুকলি কৰিছিল । এই ফোনটোক HMD global এ ২০২০ বৰ্ষৰ মাৰ্চ মাহত globally মুকলি কৰিছিল । আৰু এতিয়া ইয়াক ১৬ জুনত ভাৰতত মুকলি কৰিলে নকিয়াই 


nokia 5310 xpress music   টোৰ specification  ৰ কথা যদি কওঁ তেন্তে কব লাগিব যে এই ফোনটো 30+ software ত কাম কৰে । এই ফোনটোত pre loaded internet browser দিয়া হৈছে । ইয়াৰ ওপৰিও ইয়াত Mp3 player আৰু FM redio দিয়া গৈছে 


nokia 5310 xpress music feature phone টোত MT620A processor দিয়া হৈছে আৰু 32GB Micro SD card support ৰ সুবিধা প্ৰদান কৰা হৈছে । আৰু এই ফোনটোত কোম্পানীয়ে 1200 mAh বেটাৰী পাওৱাৰ দিয়া হৈছে । আৰু এই ফোনটোত আটাইতকৈ লক্ষনীয় কথাটো হল এই ফোনটোত আগৰ পুৰনা nokia xpress music ফোনটোৰ দৰে মিউজিক বুটাম প্ৰদান কৰা হৈছে ।



গতিকে আপুনি যদি বিচাৰে পুৰ্বৰ এই nokia 5310 xpress music ফোনটোৰ experience পুনৰ লবলৈ তেন্তে আপুনি এই ফোনটো কিনিব পাৰিব । আৰু আপুনি এই ফোনটো কিনিবলৈ পাব ভাৰতৰ মুখ্য অনলাইন শ্বপিং ৱেবচাইট বোৰত আৰু নকিয়াৰ অফিচিয়েল ৱেবচাইটত ।


গতিকে এইখিনি এইখিনি হৈছে নকিয়াৰ ফালৰ পৰা অহা আজিৰ টেক নিউজ ।

Post a Comment

0 Comments