এই দুটা লিংকত চাওঁক টেট পৰীক্ষাৰ ৰিজাল্ট ।

এই দুটা লিংকত চাওঁক টেট পৰীক্ষাৰ ৰিজাল্ট ।




১০ নৱেম্বৰ ২০১৯ ইং চন তাৰিখে অনুষ্ঠিত হোৱা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক টেট পৰীক্ষাৰ ফলাফল আজি কিছু সময় পাছতে ঘোষণা কৰিলে । আপুনি যদি টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে তলত দিয়া লিংক দুটাত গৈ ফলাফল সমুহ চাব পাৰিব । তলত দিয়া লিংক দুটা সম্পুৰ্ণ শিক্ষা বিভাগৰ অফিচিয়েল ৱেবচাইট হয় । গতিকে এই লিংক দুটাৰ যিকোনো এটাত ক্লিক কৰক আৰু আপোনাৰ ৰিজাল্ট লাভ কৰক ।

Best of luck... 

লিংক নং -১) https://ssa.assam.gov.in

লিংক নং -  ২)  https://sebaonline.org

Post a Comment

0 Comments