ৰেলৰ জেনেৰেল কোঠা'ৰ সংৰক্ষিত টিকট অনলাইনত কিদৰে কাটিব

ৰেলৰ জেনেৰেল কোঠা'ৰ সংৰক্ষিত টিকট অনলাইনত কিদৰে কাটিব


আপোনালোকে জানে যে যিকোনো ধৰনৰ ৰেলৰ ৰিজাৰ্ভেশ্বন টিকট অনলাইনত কাটিব পাৰি ।  কিন্তু বর্তমান বহুতে নাজানে যে ৰেলৰ ৰিজাৰ্ভেশ্বন ওপৰিওঁ  জেনেৰেল টিকেট অর্থাৎ অসংৰক্ষিত টিকট অনলাইনতো কাটিব পাৰি । আপুনি এই অসংৰক্ষিত টিকট কম্পিউটাৰ নতুবা আপোনাৰ এন্ড্রয়েড বা আই.অ.এচ. মোবাইল ফোনত অনলাইন কাটিব পাৰে ।গতিকে আপুনি এই টিকট কেনেকৈ কাটিবলৈ আপুনি এইয়া যদি জানিব বিচাৰে তেন্তে তলত দিয়া ভিডিওটো সম্পূর্ণকৈ চাওঁক তেতিয়া আপুনি বুজি পাব যে ৰেলৰ অসংৰিক্ষত টিকট কিদৰে অনলাইনত কাটিব পাৰে ।

Post a Comment

0 Comments