বৃক্ষাসন - যোগাসন

বৃক্ষাসন - যোগাসন



প্ৰণালী – প্ৰথমতে দুভৰিত ভৰ দি পোন হৈ থিয় হওক। এইবাৰ সৌভৰিখন আঠুত ভাঁজ কৰি বাওঁ ফালে লৈ গৈ বাওঁ জানুৰ মূলদেশত সোঁভৰি ৰাথক। এইবাৰ বাওঁ ভৰিৰ ওপৰত দেহৰ ভৰ ৰাখি পোন হৈ নমস্কাৰৰ ভঙ্গিত থিয় হওক। ৩০ চেকেও এইদৰে থাকি ৫ চেকেণ্ড বিশ্রাম লৈ ভৰি সলনি কৰি প্ৰতিধাৰ দুৱাৰকৈ মুঠ ৪ বাৰ এই আসন কৰক।

উপকাৰিতা – এই আসন কৰিলে দেহৰ ভাৰসাম্য বজায় থাকে। ভৰিৰ শক্তি বাঢ়ে। কঁকাল আৰু মেৰুদণ্ডৰ কোনো সমস্যা নাথাকে।

Post a Comment

0 Comments