উৎকটাসন - যোগাসন

উৎকটাসন  - যোগাসন



প্ৰণালী – প্ৰথমতে দুই ভৰিৰ আঙুলিৰ ওপৰত ভর দি গোৰোহা দাঙি থিয় হওক। এইবাৰ দুই জানুৰ ওপৰত দুহাত ৰাখি আঠু ভাঁজ কৰি গুহাদেশ দুই ভৰিব গোৰোহাৰ ওপৰত ৰাখক। প্রথম অৱস্থাত এইদৰে ২০-২৫ চেকেণ্ড সময় কৰি পাছত ক্ৰমে সময় বঢ়াব পাৰে।

উপকাৰিতা – এই আসন কৰিলে জানুৰ সংযোগ স্থলৰ স্নায়ু আৰু পেশী সবল হয়। আঠুৰ বাত বিষ থাকিলে সেয়া দূৰ হয়।

Post a Comment

0 Comments