উর্দ্ধ সংযুক্ত পদ্মাসন - যোগাসন

উর্দ্ধ সংযুক্ত পদ্মাসন  - যোগাসন


প্ৰণালী – আগৰ আসনৰ দৰে আসন কৰি ভৰি দুখন যোৰা কৰক। তাৰ পাছত সংযুক্ত গোৰোহা আৰু ভৰি নমাই গুহ্যদেশলৈ লৈ আহক। এইবাৰ হাত দুখন যুক্ত কৰি পিছফালৰ ঘলধনত চেপি ধৰক। ১৫ চেকেণ্ড এই আসনত থাকি ২০ চেকেও বিশ্রাম লৈ আকৌ কৰক। 


উপকাৰিতা – মনলৈ স্ফুর্তি আনে, স্বাস্থ্য সুন্দৰ হয়, স্মৰণ শক্তি বৃদ্ধি পায়, দীর্ঘায়ু হয়।

Post a Comment

0 Comments