উর্দ্ধ পদ্মাসন - যোগাসন

উর্দ্ধ পদ্মাসন   - যোগাসন


প্রণালী – প্রথমে এখন কম্বলৰ বিচনা কৰি তাৰ ওপৰত বহক। তাৰ পাছত আঠু দুটা বিচনাৰ ওপৰত এনেদৰে ৰাখক যাতে আঙুলিবোৰ পৰস্পৰ লগলাগি থাকে। এইবাৰ কিলাকুটিৰ পৰা হাত মাটিত স্পৰ্শ কৰক। মূৰটো সংযুক্ত কৰা হাতৰ ওপৰত ৰাখি কিলাকুটি দুটা ঠিক মাজামাজি ৰাখক। এইবাৰ ধীৰে ধীৰে ভৰি দুখন ভাঁজ কৰি ভৰি দুখন জানুৰ ওপৰত ৰাখক। তাৰ পাছত ভৰি দুখন লাহে লাহে ওপৰলৈ তোলক। ৫-৬ চেকেও সেই অৱস্থাত থাকি আকৌ ভৰি নমাই ১০-১৫ চেকেণ্ড বিশ্রাম কৰি পুনৰ কৰক।

উপকাৰিতা -- যিসকল নাৰীৰ বাৰে বাৰে গর্ভপাত হয় সেইসকলৰ গৰ্ভ নষ্ট নহয়। পেটৰ আৰু বুকুৰ ৰোগীসকলে এই আসন কৰিলে উপকার পাব।

Post a Comment

0 Comments