ভূজঙ্গাসন - যোগাসন

ভূজঙ্গাসন   - যোগাসন


প্ৰণালী – ভৰি দুখন যোৱা কৰি উবুৰি হৈ শোৱক। এইবাৰ হাত দুখন কিলাকুটিত ভাঁজ কৰি বুকুৰ ওচৰত কান্ধৰ তলত মাটিত ৰাখক। হাতৰ তলুৱাত দেহৰ ভৰ ৰাখি থুতৰি ওপৰলৈ তোলক আৰু গলধন নিয়ক। ভৰিব পৰা নাভি পর্যন্ত দেহৰ তলৰ অংশ মাটিত ৰাখি দেহৰ ওপৰৰ ভাগ ওপৰলৈ তোলক। এই সময়ত মেরুদণ্ড সামান্য পিছফাললৈ বেঁকা হ'ব। এই অৱস্থাত ৪০-৪৫ চেকেণ্ড থাকি ১০-১৫ চেকেণ্ড শবাসন বিশ্রাম লৈ আকৌ আসন আৰম্ভ কৰক। এনেদৰে ৪ বাৰ কৰিব।

উপকাৰিতা – এই আসন কৰিলে মেরুদণ্ড নমনীয় হয়। স্নায়ু সতেজ হয়। হৃদপিণ্ড সবল হয়। বুকুৰ ছাতি বাঢ়ে। কঁকালৰ বাত কমে। হজম শক্তি বাঢ়ে। মহিলাসকলৰ শ্বেত প্ৰদৰ আৰু ঋতুজনিত ৰোগ নিৰাময় হয়।

Post a Comment

0 Comments