অৰ্দ্ধৰ্শলভাসন - যোগাসন

অৰ্দ্ধৰ্শলভাসন   - যোগাসন



প্রণালী - প্রথমে শলভাসনৰ দৰে মাটিত শোৱক। তাৰ পাছত হাত দুখন পেটৰ তলত উৰু স্পর্শ কৰি দেহটো তাৰ ওপৰত ৰাখিব, বিশেষকৈ নাভিৰ তলৰ অংশ ৰাখি বাওঁ ভৰিখন যিমান পাৰে ওপৰলৈ তোলক। এই অৱস্থাত ১০-১৫ চেকেণ্ড থাকি ৫ চেকেও বিশ্রাম ল'ব। তাৰ পাছত বাওঁ ভৰিখন মাটিত নমাই সোঁভবিখন যিমান সম্ভৱ ওপৰলৈ তোলক। 


উপকাৰিতা - শলভাসন কৰিলে যি উপকাৰ পোৱা যায় এই আসনটো একেই উপকাৰ পাব।

Post a Comment

0 Comments