বজ্রাসন - যোগাসন

বজ্রাসন - যোগাসন



প্রণালী – এই আসন আহাৰ খাই উঠাৰ পাছত কৰিলে ভাল। -> ফল পোৱা যায়। প্রথমে আঠু ভাঁজ কবি বহি গোৰোহাৰ ওপৰত নিতম্ব ৰাখি পোন হৈ বহক আৰু হাত দুখন আঠুৰ ওপৰত ৰাখক। এই অৱস্থাত গুহ্যদ্বাৰ যাতে ভৰিব গোৰোহা দুটাৰ মাজত থাকে তালৈ লক্ষ্য ৰাখিব। এই আসন প্রথমতে ৩০ চেকেণ্ড কৰি ৫ চেকেণ্ড বিশ্রাম লৈ চাৰিবাৰ কৰিব।

 উপকাৰিতা – অজীর্ণ, গাঁঠি বাত, চায়াটিকাৰ ৰোগীয়ে এই আসন
কৰিলে ভাল ফল পাব। আঠুৰ বিষ বেচি হ'লে এই আসন নকৰিব।

Post a Comment

0 Comments