কাকী মুদ্রা - যোগাসন

কাকী মুদ্রা  - যোগাসন


প্রণালী - 

প্রথমতে পদ্মাসনত বহক। এইবাৰ আপােনাৰ হাত দুখন কঁকালৰ ওচৰলৈ আনক। এইবাৰ দুই হাতৰ কৰতল পৃষ্ঠ পিঠিত লগাওক। এই অৱস্থাত ভৰিৰ তলুৱা দুখন কঁকালৰফালে আনক। শ্বাস স্বাভাৱিক ৰাখি ৩০ চেকেণ্ড এইদৰে থাকি ১০ চেকেণ্ড শবাসনত বিশ্রাম লওক। এই আসন ৬/৭ বাৰ কৰিব। ৬ বছৰৰ লৰা ছােৱালীৰ পৰা আৰম্ভ কৰি সকলােৱে এই আসন কৰিব পাৰে। 





উপকাৰিতা — 

হাতৰ শক্তি বাড়ে। হাতত বাত নহয়। স্নায়ু দুর্বলতা দূৰ হয়।


Post a Comment

0 Comments