উপাধান আসন - যোগাসন

উপাধান আসন  - যোগাসন


প্রণালী -

প্রথমে শবাসন কৰক। এইবাৰ দুয়াে হাতেৰে ধৰি সোঁভৰিখন কান্ধৰ তললৈ লৈ আহক আৰু বাওঁ ভৰিখন অলপ ভাঁজ কৰি দুই হাতেৰে এখন কিতাপ লৈ অন্ততঃ ৩০ চেকেণ্ড সেই ভঙ্গিত থাকক। ১০ চেকেণ্ড শবাসনত বিশ্রাম লৈ পুনৰ ৫/৬ বাৰ এই -ছােৱালীবােৰে এই আসন কৰিব পাৰে। ৬ বছৰৰ ওপৰৰ ল'ৰা আসনটো কৰক। 





উপকাৰিতা — 

অলসতা আৰু জড়তা দূৰ হয়। ক্ষুধা বাঢ়ে। দৃষ্টিশক্তি ভালে থাকে। মেৰুদণ্ড শক্তিশালী হয়।

Post a Comment

0 Comments