কর্ণপিঠাসন - যোগাসন

কর্ণপিঠাসন - যোগাসন


প্রণালী – প্রথমতে হলাসনত উপবিষ্ট হওক। এইবাৰ আঠু দুটা ভাঁজ কৰি এনেভাৱে মূৰৰ ওচৰলৈ আনিব যাতে সেই দুটা কাণৰ দুয়োকাষে থাকে। ভৰিৰ আঙুলি যাতে মাটি স্পর্শ কৰে সেই ফালেও দৃষ্টি ৰাখিব লাগিব। সেই অৱস্থাত শ্বাস-প্রশ্বাস স্বাভাৱিক ৰাখিব। এইদৰে ১৫-২০ চেকেণ্ড থাকি ভৰি মূৰৰ ওপৰৰ পৰা লৈ আহি মাটি স্পর্শ কৰি শবাসনত ১০ চেকেণ্ড বিশ্রাম লওক। এইদৰে ২ ৩ বাৰ এই আসনটো কৰিব। (ওচৰৰ ছবি অনুসৰণ কৰক)। 


উপকাৰিতা — এই আসন কৰিলে টনচিলৰ ৰোগ দূৰ হয়। লগতে হলাসনৰ সকলো ফলেই এই আসনত পোৱা যায়।

Post a Comment

0 Comments