যোগাসন কৰাৰ পদ্ধতি - পদ্মাসন

মুক্ত পদ্মাসন




প্ৰণালী – প্রথমে ভৰি দুখন সন্মুখৰ ফালে মেলি দি পোন হৈ বহক। তাৰ পাছত ভৰিখন আঠু ভাঁজ কৰি বাওঁ উকৰ ওপৰত এনেদৰে ৰাখক যাতে সোঁ ভৰিৰ গোৰোহা তলপেট বা লিঙ্গমূলৰ কিছু ওপৰত স্পর্শ কৰে। এইবাৰ বাওঁ ভৰিখন আঠুত ভাঁজ কৰি সোঁ ভৰিৰ ওপৰত এনেভাৱে ৰাখিব যাতে বাওঁ ভৰিৰ গোৰোহা সোঁফালৰ মৃত্ৰাধাৰ স্পৰ্শ কৰে আৰু মেৰুদণ্ড পোন হৈ থাকে। ৩০ চেকেণ্ড এইদৰে থাকি ভৰি পোন কৰি দি আকৌ ভৰি সলাই ল'ব। ইয়াৰ পাছত ১৫ চেকেণ্ড শবাসনত বিশ্রাম ল'ব।


 উপকাৰিতা – মেৰুদণ্ড দৃঢ় হয়। ভৰি বাত ৰোগ ভাল হয়। যিসকলে বহু সময় ধৰি তলমূৰকৈ কাম কৰিব লাগে সেইসকলৰ কাৰণে এই আসন উপকাৰী।

Post a Comment

0 Comments