সুপ্ত বজ্রাসন - যোগাসন

সুপ্ত বজ্রাসন  - যোগাসন



প্রণালী – বজ্ৰাসনত যেনেদৰে বহিছিল। প্রথমতে তেনেদৰেই বহুক। এইবাৰ হাত বা কিলাকুটিৰ ওপৰত ভব দি চিৎ হৈ শোৱক। তাৰ পাছত হাত দুখন কিলাকুটিত ভাঁজ দি মূৰৰ ওচৰত গাবৰ দৰে ৰাখি চকু মুদি শোৱাৰ নিচিনাকৈ পৰি থাকক। প্রথমতে ৩০ চেকেণ্ড থাকি তাৰ পাছত সময় লাহে লাহে বঢ়াব। এই আসন ৪ বার মান ৩ বা ৪ মিনিট সময় কৰিলেই হ'ব। আসনৰ পৰা উঠাৰ সময়ত প্ৰথমতে ভৰি দুখন হাতৰ ওপৰত ভৰ দি উঠিব। 


উপকাৰিতা – এই আসন কৰিলে হজমৰ গোলমাল হ্রাস পায়, কোষ্ঠ পৰিষ্কাৰ হয়। কঁকালৰ বিষ কমে।

Post a Comment

0 Comments