বিপৰীত কৰণী মুদ্রাসন - যোগাসন

বিপৰীত কৰণী মুদ্রাসন  - যোগাসন




প্রণালী - 

প্রথমে চিৎ হৈ শােৱক। এইবাৰ দুই ভৰি লগলগাই কিলাকুটিৰ ওপৰত ভৰ দি লাহে লাহে ভৰি দুখন ওপৰলৈ তােলক। এই সময়ত দেহৰ ভৰ থাকিব দুই কিলাকুটিৰ ওপৰত। নিতম্ব আৰু কঁকাল ওপৰলৈ উঠিব। দৃষ্টি নিবদ্ধ থাকিব ভৰিৰ আঙুলিৰ ফালে।




উপকাৰিতা – 

ছাল আৰু মুখমণ্ডলৰ লাৱণ্য বৃদ্ধি পায়। অকাল বার্ধক্য নাহে। হজম শক্তি বাড়ে। হাত, ভৰি আৰু শৰীৰৰ বেদনা দূৰ হয়। বহুতৰে হাত ভৰি কঁপা যি ৰােগ হয় তাৰ পৰা ৰেহাই পােৱা যায়। ব্রণ, ফেঁাহা, একজিমা নহয়।

Post a Comment

1 Comments

  1. The Best 777 Casino Restaurants in Laughlin, NV | Mapyro
    The best 777 casino restaurants in Laughlin, NV. View 남원 출장샵 reviews, hours, directions, coupons, and more for The 동해 출장마사지 Best 777 Casino restaurants 김해 출장샵 in 속초 출장안마 Laughlin, NV. 문경 출장마사지

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)