গ্রীবাসন - যোগাসন

গ্রীবাসন - যোগাসন



প্রণালী – প্রথমতে ভৰি দুখন সন্মুখৰ ফালে মেলি দি পােন হৈ বহক। তাৰ পাছত হাতেৰে ভৰি দুখন এনেভাৱে কান্ধৰ ওপৰত তােলক যাতে সেভৰি বাওঁ ফালে আৰু বাওঁ ভৰি সোঁফালে পৰস্পৰে পৰম্পৰক ক্রচ কৰে। এইবাৰ ভৰি দুখন তেনেদৰে ৰাখি হাত দুখন নমস্কাৰৰ ভঙ্গিত যুক্ত কৰক। দৃষ্টি তলত নিবন্ধ ৰাখিব। এই অৱস্থাত ১ মিনিট থাকি বিশ্রাম লৈ পুনৰ এই আসনটো কৰিব। এইদৰে ৫/৬ বাৰ আসনটো কৰিব।





 উপকাৰিতা — 

এই আসন কৰিলে শৰীৰৰ মেদ কমে। বাত, অজীর্ণ, কোষ্ঠবদ্ধতা দূৰ হয়। কঠোৰ পৰিশ্ৰম কৰিলেও ক্লান্তি নাহে। স্নায়ু আৰু পেশী সবল হয়।

Post a Comment

0 Comments