নটৰাজাসন - যোগাসন

নটৰাজাসন - যোগাসন


প্রণালী – 

প্রথমে পােন হৈ থিয় হওঁক। তাৰ পাছত হাত দুখন সন্মুখৰফালে প্ৰসাৰিত কৰক। এইবাৰ সোঁভৰি মাটিত ৰাখি বাওঁ ভৰিখন বাওঁ হাতেৰে দাঙি ধৰি সোঁহাতখন আগুৱাই যােৱাৰ ভঙ্গিত প্রসাৰিত কৰি ৰাখক। এই সময়ত শৰীৰৰ ভৰ এখন ভৰিৰ ওপৰত থাকিব। এইদৰে ২০/২৫ চেকেণ্ড থাকি ৫ চেকেণ্ড বিশ্রাম লৈ ভৰি সলনি কৰি পুনৰ আসনটো কৰিব। ৭/৮ বাৰ এই আসন কৰিব।






উপকাৰিতা -

 এই আসন কৰিলে মেৰুদণ্ড আৰু আৰু মেৰুদণ্ড সবল আৰু সতেজ থাকে। আঠু, কান্ধ কঁকালৰ হাড় নমনীয় হয়। কৰতল আৰু ভৰিৰ গাঁঠি সবল হয়।


Post a Comment

0 Comments