সহজ অগ্নিসাৰ ধৌত - যোগাসন

সহজ অগ্নিসাৰ ধৌত - যোগাসন



প্রণালী -

 প্রথমতে ধ্যানাসন বা পদ্মাসনত বহক। এইবাৰ দুই হাতৰ মধ্যমা আঙুলি দুটা নাভিৰ ওপৰত ৰাখক আৰু বুঢ়া আঙুলি দুটা ৰাখক কঁকালৰ খাঁজৰ ফঁাকত। এইবাৰ সকলােবােৰ আঙুলিৰে নাভিটো এনেভাৱে চেপি ধৰিব যাতে নাভি মেৰুদণ্ডৰ সৈতে লাগি যায়। ২০/২৫ বাৰ এই আসনটো কৰিব। শিশুসকলে অভ্যাস কৰিলে উপকাৰ পাব। কেৱল গৰ্ভৱতী অৱস্থাত আৰ মাহেকীয়াৰ সময়ত মহিলাসকলে এই আসন কৰা নিষেধ।





 উপকাৰিতা — 

এই আসন কৰিলে গ্রহণী, কোষ্ঠবদ্ধতা ৰোগ দূৰ হয়। অজীর্ণ ৰােগ ভাল হয়, ক্রিমি নাশ হয়।

Post a Comment

0 Comments