বন্ধত্ৰয় - যোগাসন

 বন্ধত্ৰয় -যোগাসন



 প্রণালী – 

প্রথমে পদ্মাসনত বহক। এইবাৰ মূৰটো হলাই লৈ থুতৰিটো বুকুত লগাওক। হাত দুখন দুই আঠুৰ ওপৰত ৰাখিব। ১০ চেকেণ্ড এই অৱস্থাত থাকি তাৰ পাছত স্বাভাৱিক অৱস্থালৈ আহি ১০ চেকেণ্ড বিশ্রাম লৈ আকৌ ১৫/১৬ বাৰ আসনটো কৰিব। 




উপকাৰিতা – হজম শক্তি বাঢ়ে। গ্রহণী, কোষ্ঠবদ্ধতা দূৰ হয়। লিভাৰ, প্লীহা, অগ্নাশয়ৰ ৰােগ নিৰাময় হয়। কাম, ক্রোধ, লােভ প্রভৃতি ৰিপু দমন হয়।

Post a Comment

0 Comments