উখিত শবাসন - যোগাসন

 উখিত শবাসন -যোগাসন



প্রণালী -

প্রথমে শবাসনত শােৱক। এইবাৰ দুই হাতৰ তলুৱা মাটিত ৰাখি দুই হাতৰ তলুৱাত ভৰ দি ভৰি দুখন যুক্ত কৰি শ্বাস লৈ লৈ মাটিৰ পৰা যিমান পাৰে ওপৰলৈ তােলক। এই অৱস্থাত ১৫/২০ চেকেণ্ড থাকি পুনৰ শ্বাস ত্যাগ কৰি কৰি ভৰি নমাই শবাসনত বিশ্রাম লওক। ভৰি দুখন যেতিয়া ওপৰলৈ তুলিব তেতিয়া লক্ষ্য ৰাখিব লাগিব ভৰি দুখন যেন ভঁজ নালাগে।





উপকাৰ - দেহৰ মাংসবেশী সবল হয়। লিভাৰ আৰু প্লীহাৰ ৰােগ দূৰ হয়। অজীর্ণ বােগ নিৰাময় হয়।

Post a Comment

0 Comments