মহামুদ্ৰা -যোগাসন

 মহামুদ্ৰা -যোগাসন



প্রণালী – 

প্ৰথমতে ভৰি দুখন সন্মুখলৈ মেলি দি বহক। তাৰ পাছত বাওঁভৰি ভাঁজ কৰি গােৰােহাটো যৌনাঙ্গত লগাই দিয়ক। এইবাৰ যিমান সম্ভৱ সন্মুখলৈ হালি দুহাতেৰে সোঁভৰিৰ আঙুলিবােৰ ধৰক। থুতুৰিটো কণ্ঠত স্পর্শ কৰক। অন্ততঃ ৩০ চেকেণ্ড এই অৱস্থাত থাকি পুনৰ স্বাভাৱিক অৱস্থালৈ ফিৰি আহক। ১০/১২ বাৰ এই আসনটো কৰিব।




উপকাৰ -
মহাবন্ধ মুদ্ৰাত যি উপকাৰ যি উপকায় ইয়াতো সেই একেই উপকাৰ পায়

Post a Comment

0 Comments