মহাবন্ধ - যোগাসন

মহাবন্ধ - যোগাসন 



প্রণালী – 

প্রথমে সিদ্ধাসনত বহক। এইবাৰ শ্বাস লৈ লৈ চেক্স নার্ভক যিমান পাৰি ওপৰৰ ফালে আকর্ষণ কৰক। এইবাৰ শ্বাস ত্যাগ কৰি তাক শিথিল কৰক। প্রতিদিন ৰাতিপুৱা আৰু আবেলি ১৫/১৬ বাৰ এই আসন কৰিব।





উপকাৰিতা -

 কাম উত্তেজনা কমিব; কামচিন্তা তথা কামভাব দূৰ হ’ব। মহিলাসকলৰ অনিয়মিত মাহেকীয়া, বন্ধ্যাত্ব, শ্বেত প্রদৰ আদি স্ত্রীৰােগ নিৰাময় হয়। স্বপ্নদোষ, স্নায়ু দৌর্বল্য, মানসিক অৱসাদ দূৰ হয়। -

Post a Comment

0 Comments