ভেক আসন - যোগাসন

ভেক আসন - যোগাসন


প্রণালী – 

প্রথমে আঠু ভাজ কৰি বহক। তাৰ পাছত সন্মুখৰ ফালে হাত দুখন মাটিত পাতি ভৰিৰ আঙুলিৰ ওপৰত দেহৰ ভৰ ৰাখি ভেকুলিয়ে যেনেদৰে জঁপিয়াই তেনেদৰে জঁপিয়াওক। অন্ততঃ ১৫ চেকেণ্ড এইদৰে জঁপিয়াই ১৫ চেকেণ্ড বিশ্রাম লওক তাৰ পাছত পুনৰ আৰম্ভ কৰক।





উপকাৰিতা - 

এই আসন কৰিলে অহ জমি, কোষ্ঠকাঠিন্য দূৰ হয়। যিসকল মহিলাই শ্বেত প্রদৰ ৰোগত ভুগে এইসকলে আসন কৰিলে এই ৰােগৰ পৰা মুক্ত হ’ব।

Post a Comment

0 Comments