দণ্ডায়মান এক পদ আসন - যোগাসন

দণ্ডায়মান এক পদ আসন - যোগাসন


প্রণালী – প্রথমতে পােন হৈ থিয় হওক। তাৰ পাছত কঁকালৰ পৰা শৰীৰৰ তলৰ অংশ সামান্য তললৈ নমাই বাওঁ ভৰি আঠুত ভঁজ কৰক। এইবাৰ হাতৰ সহায়তা সেই ভৰিখন কান্ধৰ ওপৰত তােলক। এইবাৰ - সোঁভৰিৰ ওপৰত দেহৰ ভৰ ৰাখি দুইহাত প্রণামৰ ভঙ্গিত যােৰা লগাই ১০ চেকেণ্ড থিয় হৈ থাকক। এই আসন বহি কৰি ভৰিৰ ওপৰত ভৰ দি থিয় হ'বও পাৰি। ১০ চেকেণ্ড এই আসনত থাকি ১০ চেকেণ্ড শাসনত বিশ্রাম ল’ব। ভৰি সলনি কৰি এই আসন পুনৰ কৰিব ।





উপকাৰিতা — এই আসন কৰিলে দেহৰ ভাৰসাম্য বৃদ্ধি পায়, ভৰিৰ শক্তি বাড়ে।

Post a Comment

0 Comments