মৎস্যাসন - যোগাসন

মৎস্যাসন - যোগাসন


 


প্রণালী – প্রথমে পদ্মাসনত বহি তাৰ পাছত চিৎ হৈ শুই পৰক। এই সময়ত আঠু যেন মাটি স্পর্শ কৰি থাকে। এইবাৰ দুহাতেৰে দুই ভৰিৰ বুঢ়া আঙুলি দুটি টানি ধৰি মূৰটো মাটিত লগাই বুকুখন যিমান পাৰে ওপৰলৈ তােলক। ২৫/৩০ চেকেণ্ড এই আসনটো কৰি ১০ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। এইদৰে এই আসনটো ৫ বাৰ কৰিব। 





উপকাৰিতা — এই আসন নিয়মিত কৰিলে স্পণ্ডেলাইটিচ নহয়। বুকুৰ চাটি বাঢ়ে, সতেজ হয়। হাওফাওৰ দুর্বলতা দূৰ হয়। হাঁপানি নিৰাময় হয় আৰু তাৰ লগতে পেৰাথাইৰয়েড গ্লেণ্ড সুস্থ হয়।

Post a Comment

0 Comments