মণ্ডুকাসন - যোগাসন

মণ্ডুকাসন - যোগাসন



প্রণালী – প্রথমে ভৰি দুখন এনেদৰে পিছলৈ লৈ যাওক যাতে এখন ভৰি আনখন ভৰিপতা স্পর্শ কৰে। এইবাৰ আঠু দুটা যিমান পাৰে ফঁক কৰক। তাৰ পাছত দুই আঠুৰে দুই হাতৰ তলুৱা চেপি ৰাখক। ১০/১৫ চেকেণ্ড এইদৰে থাকি পুনৰ স্বাভাৱিক অৱস্থালৈ ফিৰি আহক। ১০ চেকেণ্ড শবাসনত বিশ্রাম লৈ আকৌ এই আসনটো কৰিব। এইদৰে ৪ বাৰ আসনটো কৰিব।





উপকাৰিতা — এই আসন অভ্যাস কৰিলে দেহত চর্বি জমা নহয়। ভৰিৰ গাঁঠি আৰু দুই জানু শক্তিশালী হ’ব। নাৰী আৰু পুৰুষৰ নিম্নাংশ সবল হ’ব। পাচনতন্ত্রত কোনাে অসুবিধা নাথাকে। মহিলাসকলৰ জননতন্ত্রৰ ৰােগ নিৰাময় হ'ব।

Post a Comment

0 Comments