বাতায়নাসন - যোগাসন

বাতায়নাসন  - যোগাসন

প্রণালী – প্রথমে পােন হৈ থিয় হৈ বাওঁ ভৰিখন ধৰক। এইবাৰ লাহে লাহে বাওঁ আঠুটো নমাই মাটিত লগাওক। তাৰ পাছত এখন হাতেৰে ভাঁজ কৰা আঠুৰ ওপৰফালে থকা ভৰিৰ আঙুলি ধৰক আনখন হাত মাটিত লগাই ৰাখক। এইদৰে ৩০ চেকেণ্ড থাকি পূৰ্বৰ অৱস্থালৈ ফিৰি আহক। এইবাৰ ৫ চেকেণ্ড শবাসনত বিশ্রাম লৈ ভৰি সলনি কৰি পুনৰ আসনটো কৰক।





উপকাৰিতা — এই আসন কৰিলে ভৰি আৰু আঠুৰ বেদনা দূৰ হয়।

Post a Comment

0 Comments