অর্ধকুর্মাসন - যোগাসন

অর্ধকুর্মাসন  - যোগাসন


প্রণালী – প্রথমে বজ্ৰাসন কৰক। এইবাৰ নমস্কাৰ কৰাৰ ভঙ্গিত হাত দুখন মূৰৰ ওপৰত তােলক। তাৰ পাছত হাত দুখন পােনকৈ ৰাখি দেহৰ ওপৰৰ অংশ সন্মুখলৈ নমাই আনি যিমানখিনি সম্ভৱ সম্পূর্ণ প্রসাৰিত কৰি প্রণাম কৰাৰ ভঙ্গিত কপাল মাটিত লগাওক আৰু যােৰ কৰা হাতৰ তলুৱা যিমান সম্ভৱ দূৰত মাটিত ৰাখক। এই সময়ত নিতম্ব যাতে গােৰােহাৰ পৰা উঠি নাহে আৰু পেটে বুকে কামিহাড়ৰ দুয়ােকাষ আৰু উৰুত বিশেষ চাপ পৰে সেই ফালে লক্ষ্য ৰাখিব। ২৫-৩০ চেকেণ্ড এই আসনত থাকি ১৫ চেকেণ্ড শবাসনত বিশ্রাম লওক। এইদৰে ৪ বাৰ এই আসন কৰিব। 





উপকাৰিতা – যকৃত আৰু পেটৰ ৰােগ দূৰ হয়। ক্ষুধা বাঢ়ে।

Post a Comment

0 Comments