প্ৰয়াণাম নং - ৬) উদ্গ্ৰীব প্ৰণায়াম বা ওম কাৰ জপ

প্ৰয়াণাম নং - ৬) উদ্গ্ৰীব প্ৰণায়াম বা ওম কাৰ জপ



কেনেদৰে কৰিব –


 চকু আৰু মুখ বন্ধ কৰক। দীঘলকৈ শ্বাস লওক। ইয়াৰ পাছত - ধীৰে ধীৰে শ্বাস এৰিব আৰু মুখেৰে ওম্ শব্দ উচ্চাৰণ কৰক। শ্বাস লােৱাৰ সময় তিনি চেকেণ্ড আৰু এৰিব লাগিব অত্যন্ত ধীৰ গতিৰে। কমেও ১০ চেকেণ্ড শ্বাস এৰিব। এই প্রাণায়াম যিমান সময় ইচ্ছা কৰিব পাৰি।







উপকাৰ -

এই প্রাণায়ামত মনৰ অস্থিৰতা দূৰ হয়, একাগ্রতা বাঢ়ে, মন আনন্দেৰে ভৰি উঠে, টোপনি ভাল হয়।

Post a Comment

0 Comments