ৰামস্বামী ভেংকটৰমণৰ জীৱন কাহিনী - life story of ramaswamy venkataraman

ৰামস্বামী ভেংকটৰমণৰ জীৱন কাহিনী



ভাৰতৰ অষ্টম গৰাকী ৰাষ্ট্র পতিৰ নাম হ'ল - শ্ৰী ৰামস্বামী ভেংকটৰমণ । তেওঁ ১৯১০ চনৰ চাৰি ডিচেম্বৰ তাৰিখে তামিলনাডুৰ থাঞ্জাডুৰ জিলাৰ ৰাজামদাম গাৱঁৰ এক বাহ্মণ পৰিয়ালত জন্ম গ্রহণ কৰে । ৰামস্বামী ভেংকটৰমণ ছাত্ৰ অৱস্থাত অতি চোকা বুদ্ধিৰ ছাত্ৰ আছিল । স্কুলীয়া পৰীক্ষা সমূহত নিয়মিয়াকৈ উৰ্ত্তীণ হৈ গৈছিল ।

কলেজীয়া শিক্ষা সামৰণি মৰাৰ পাছত তেওঁ উচ্চ শিক্ষা লাভৰ বাবে মাদ্রাজ বিশ্ববিদ্যালয়ত ভর্তি হয়। মাদ্রাজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অর্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। তেওঁ আইনৰ শিক্ষাও লাভ কৰিছিল ।

ত্রিশ দশকৰ আৰম্ভনিতে জীৱিকাৰ পথ হিচাপে মাদ্রাজ উচ্চন্যায়ালয়ত আইনজ্ঞ হিচাপে কাম কৰিছিল। কিছুদিন আইনৰ ব্যৱসায় কৰিছিল । ইয়াৰ পিছত ৰাজনীতিত নামি আইনৰ বৃত্তি পৰিত্যাগ কৰে।

সেই সময়তে ট্রেড ইউনিয়নৰ নেতা হিচাপে ভেংকটৰমণ নির্বাচিত। হয়। তেওঁ দুখীয়া নিঃকিন শ্ৰেণীৰ মানুহৰ উপকাৰৰ কাৰণে অশেষ চেষ্টা কৰিছিল। ফলত তামিলনাডুৰ জনসাধাৰণে তেখেতক বৰ ভাল পাইছিল।

এসময়ৰ তামিলনাডুৰ মুক্তি যােদ্ধা তথা কে কামৱাজৰ সংস্পৰ্শলৈ ।

কামৰাজৰ মন্ত্রীসভাত ভেংকটৰমণে যােগদান কৰে। তেতিয়াৰ পৰা কামৰাজ ৰ সময়লৈকে ঘনিষ্ঠ সহযােগী হিচাপে কাম কৰি যায়।

১৯৫২ চনত ভেংকটৰমণে তানজাৰােৰ সমষ্টিৰ পৰা লােক সভালৈ vত হয়। সেই বছৰেই তেওঁ তামিলনাড়ু কামৰাজ মন্ত্রী সভাত কেবিনেট মন্ত্রী

অন্তর্ভূক্ত হয় । তেওঁ উদ্যোগ মন্ত্রী হিচাপে দ্বায়িত্ব ভাৰ বহন কৰি ৰাজ্যখনক উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ আন ৰাজ্যতকৈ বহুখিনি আগবঢ়াই নিয়ে।

১৯৬৭ চনত তামিলনাডুৰ ডি-এম-কে দল শাসন ক্ষমতালৈ অহাত ভংকটৰমণে বিৰােধীদলৰ নেতা নির্বাচিত হয়। সেই বছৰেই তেওঁ ৰাষ্ট্ৰীয় পৰিকল্পনা মিতিৰ সদস্য নির্বাচিত হৈ প্রায়চাৰি বছৰ কাল থাকে। সেই ১৯৬৭ চনৰ ৰাষ্ট্রপতি র্বাচনতে কংগ্ৰেছ দুভাগ হয়। ভেংকটৰমণে ইন্দিৰা গান্ধীৰ কংগ্ৰেছক সমর্থন নিদি কামৰাজ নেতৃত্বৰ কংগ্ৰেছ দলক সমর্থন দিয়ে। ইয়াৰ পাছত ১৯৭১ চনত স্বতন্ত্র লাৰ্টিৰ নেতা জাগােপালাচাৰী দ্বাৰা প্ৰকাশিত ‘স্বৰাজ্য’ নামৰ আললাচনীখন কটৰমণে সম্পাদনা কৰিছিল।

১৯৭৬ চনত কামৰাজৰ মৃত্যুৰ পাছত ভেংকটৰমণে সকলােকে আচৰিত ইন্দিৰা কংগ্ৰেছত যােগ দিয়ে। অৱশ্যে ইয়াৰ আগতেও দুই কংগ্ৰেছক এক কৰাৰ ৮ চলাইছিল। ১৯৭৭ চনৰ লোেক সভাৰ নিৰ্বাচনত তেওঁ বিৰুদ্ধী পক্ষৰ নেতা হৈ হৈছিল ।

১৯৮০ চনত জনতা চৰকাৰ ধবংস হােৱাত ইন্দিৰা গান্ধী পুনৰ কমতালৈ আহে। এই নির্বাচনত পশ্চিম মাদ্রাজ সমষ্টিৰ পৰা লােক সভাত যােগদান

ভেংকটৰমণে বৃত্ত মন্ত্রী হৈ থকাৰ পিছত দপ্তৰ বদলি কৰি প্ৰতিৰক্ষা মন্ত্রী হিচাপে বখ্যনিবাহ কৰিছিল । তেওঁ ইন্দিৰা গান্ধীৰ বাবে এজন ডাই-হার্ড লয়ােলিষ্ট’ৰূপে পৰিগণিত হৈছিল।

১৯৮২ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ কিছুদিন আগত কেৰেলাৰ নামৰ ঠাইত এখন অনুষ্ঠান পাতিছিল। এই অনুষ্ঠানলৈ কেইবাজনাে শিষ্ট ব্যক্তিৰ আগমণ ঘটিছিল। তেতিয়া মূল তােৰণৰ কাষত ডাঙৰ আখৰৰে ইংৰাজীত লিখা আছিল“বেগ কাম টু ফিউচাৰ প্ৰেচিডেন্ট অব ইণ্ডিয়া’  সেইজনেই আছিল ভাৰতৰ ভাবী ৰাষ্ট্রপতি ৰামস্বামী বেংকটৰমণ । তেতিয়াই তেও ৰাষ্ট্রপতি হ’ব লাগিছিল। কিন্তু কৰাল মূৰ্ত্তি ধাৰণ কৰা পঞ্জাৱক শান্ত কৰাৰ মানসেৰে গিয়ানি জেইল সিঙক ৰাষ্ট্রপতি পাতিলে। প্রতিদানত ভেংকটৰমণক দিলে উপ ৰাষ্ট্রপতি।

১৯৮৪ চনৰ উপ-ৰাষ্ট্রপতি নির্বাচনত ৰামস্বামী ভেংকটৰমণ নির্বাচিত হয়।

১৯৮৭ চনত ১৩ জুলাইত হােৱা ৰাষ্ট্রপতি নির্বাচনত ভেংকটৰম নির্বাচিত হয়। এই নির্বাচনত তিনি কোণীয়া প্রতিদ্বণ্ডিতা হৈছিল। কংগ্রেছ (আই দলৰ প্রার্থী ভেংকটৰমণে মুঠ ৭,৪০,১৪৮ টা ভােট পায়। ইয়াৰ বিপৰীতে দল উমৈহতীয়া প্রার্থী ন্যায়াধীশ শ্ৰী ভি আৰ কৃষ্ণ আয়াৰে মুঠ ২,৮৭,৩৫০ টা ভােট লাভ কৰে। নির্দলীয় প্রার্থী শ্রী মিথিলেশ কুমাৰ সিংহই মাত্র ২,২২৩ টা ভােটহে ল কৰে। তেওঁ আমানতৰ ধন (২৫০০ টকা) হেৰুৱায়।

১৯৮৭ চনৰ ২৫ জুলাই তাৰিখে ৰামস্বামী ভেংকটৰমণে ৭৭ ব বয়সত ৰাষ্ট্রপতি হিচাপে শপত গ্ৰহণ কৰে ।

অষ্টম ৰাষ্ট্রপতি শ্ৰী ৰামস্বামী বেংকটৰমণ বিৰােধী দলৰ এক বু সংখ্যক ভােট লাভ কৰাত প্রধান মন্ত্রী ৰাজীৱ গান্ধীয়ে অভিনন্দন জ্ঞাপনত দে ঐক্য সংহতি অধিক সু-দৃঢ় হ’ব বুলি আশা কৰে ।

Post a Comment

0 Comments