ইন্টাৰনেটৰ অদ্ভুদ পৃথিৱীখনৰ কিছুমান ৰহস্যময় তথ্য ইয়াত জানো আহক

ইন্টাৰনেটৰ অদ্ভুদ পৃথিৱীখনৰ কিছুমান ৰহস্যময় তথ্য ইয়াত জানো আহক



পৃথিৱীৰ যিমান লোকৰ টুথব্ৰাছ আছে তাতকৈ অধিক লোকৰ মবাইল ফোন আছে।

2. এটা সমীক্ষা মতে বিশ্বৰ 90% Text Message delievered হোৱাৰ 3 মিনিটৰ ভিতৰতেই পঢ়া হয়।

3. আপুনি জানি আচৰিত হব যে প্ৰতি বছৰে আমেৰিকাত 22 কোটি টন কম্পিউটাৰৰ Trash জমা হয় ।

4. বিশ্বৰ ১০ নিযুত Spam mailৰ ভিতৰত, কেতিয়াবা কেৱল এজন ব্যক্তিয়ে তাৰ উত্তৰ বা ৰিপ্লাই দিয়ে ।

5. 5 কোটি লোকৰ ওচৰ পাবলৈ ৰেডিঅ'য়ে 38 বছৰ, টিভিয়ও 13 বছৰ সময় লাগিছিল । ইণ্টাৰনেটে কিন্তু মাত্ৰ 4 বছৰ সময়তেই 5 কোটি লোকৰ ওচৰ পাইছিল ।

6.  "ৱৰ্ল্ড ৱাইড ৱেব" (WWW) শব্দটো টিম বেৰ্নাৰ্ছ-লীৰ দ্বাৰা 1990 চনত সৃষ্টি কৰা হৈছিল।

7. Cabir.A আছিল 2004 চনত চিনাক্ত কৰা প্ৰথম চেল ফোন ভাইৰাছ।

8. DVDs ভিডিঅ' গেম বিক্ৰী কৰা হৈছিল প্ৰথম 2008 চনত ।

9. গুগলে অকলে প্ৰতি বছৰত 15 বিলিয়ন kWh বিদ্যুৎ ব্যৱহাৰ কৰে, যি কেইবাটাওঁ দেশতকৈ অধিক।

10.  YouTubeৰ সকলো ভিডিঅ'ৰ প্ৰায় 20% সংগীতৰ সৈতে সম্পৰ্কিত।

11. eBay (চপিং ৱেবচাইট)ত প্ৰতিছেকেণ্ড 680$ সামগ্ৰী বিক্ৰী হয়।

12. বিশ্বৰ 91% লোকে তেওঁলোকৰ ম'বাইল ফোনটো সদায় হাতেৰে ঢুকি পোৱা স্থানত ৰাখে । 

13. আমেৰিকাৰ প্ৰায় 8 কোটি লোক  ফোন ব্যৱহাৰ কৰিবলৈ নহয় কেৱল ইণ্টাৰনেট চলাবলৈহে মবাইল ব্যৱহাৰ কৰে । 

14. প্ৰতিদিনে Windows phone storeত 500 টাকৈ এপ্প যোগ কৰা ৰেকৰ্ড আছে ।

১৫. Claude Shannon যাক "তথ্য তত্ত্ব" বা Information Theory ৰ পিতৃ বুলি কোৱা হয়, তেওঁ "Digital Circuit" উদ্ভাৱন কৰিছিল। ২১ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ সময়ত তেওঁ Digital Circuit আৱিষ্কাৰ কৰিছিল। তেওঁৰ এই আৱিষ্কাৰৰ বাবে   ইণ্টাৰনেটত আজি যিকোনো বস্তু access কৰিব পাৰে ।

16. Amazon প্ৰকৃততে এটা printed book বিক্ৰেতা কোম্পানী আছিল, কিন্তু আজি তাতকৈ অধিক এইটো কোম্পানীয়ে ই-বুক বিক্ৰী কৰি টকা লাভ কৰি আছে ।

17. যিকোনো ৱেবছাইটত প্ৰথম বেনাৰ বিজ্ঞাপন (Banner Ads) ১৯৯৪ চনত আৰম্ভ কৰা হৈছিল।

18. Internet জগতখনত www (World Wide Web) অহাৰ আগতে E-mail আহিছিল।

19.  14 ছেপ্টেম্বৰ, 1995 চনৰ আগতে  Domain বিনামুলীয়াকৈ উপলব্ধ আছিল ।

21. Symbolics.com  হৈছে প্ৰথম আৰু আটাইতকৈ পুৰণি ডমেইন (Domain) য'ত ৩৫ বছৰ সম্পূৰ্ণ কৰা হৈছে মাৰ্চ ১৫, ২০২০ ত।

২২. Mosaicক ১৯৯৩ চনত মুক্তি পোৱা প্ৰচুৰ হিট হোৱা প্ৰথম ৱেব ব্ৰাউজাৰ আছিল।

Post a Comment

0 Comments