১ হাজাৰ ২ হাজাৰ নহয় মূঠ ১০ হাজাৰ টকাৰ দাম কমিল LG Wing স্মাৰ্টফোনটো । সবিশেষ সকলো ইয়াত জানক ।

 ১ হাজাৰ ২ হাজাৰ নহয় মূঠ ১০ হাজাৰ টকাৰ দাম কমিল LG Wing  স্মাৰ্টফোনটো । সবিশেষ সকলো ইয়াত জানক ।



 LG Wing স্মাৰ্টফোনটো ১০,০০০ টকা সস্তা হৈছে। এতিয়া আপুনি এই ফোনটো ৬৯,৯৯০ টকাৰ পৰিৱৰ্তে ৫৯,৯৯০ টকাত কিনিব পাৰিব । ফোনটো এমাজন ইণ্ডিয়া আৰু কোম্পানীৰ ৱেবছাইটত এটা নতুন মূল্যৰ সৈতে তালিকাভুক্ত কৰা হৈছে।

Rotating Display থকা স্মাৰ্টফোন LG Wing ফোনটো যোৱা বছৰৰ অক্টোবৰত মুকলি কৰা হৈছিল। মুকলিৰ সময়ত ইয়াৰ মূল্য আছিল ৬৯,৯৯০ টকা। এতিয়া এই মুল্য হ্ৰাস পাইছে আৰু নতুম  মূল্যৰ ফোনটো কোম্পানীৰ ৱেবছাইটৰ পৰা ক্ৰয় কৰিব পাৰিন যিটো ৱেবৱাইটো হৈছে www.lg.com/in

LG Wing ফোনটোৰ বিশেষত্ব যদি চাওঁ তেন্তে দেখিব যে এই ফোনটোত
Dual-screen আছে আৰু ই 1080x2440 pixels resolutionৰ সৈতে 6.8-inch Full HD+ displayৰ সৈতে আহে।

ইয়াৰ উপৰিও, ফোনটোৰ 3.9 inch secondary display আছে, যি 1080x1240 Pixel Resolutionৰ সৈতে আহে। 8GB RAM আৰু 128 GB আভ্যন্তৰীণ মেমৰি থকা এই ফোনটোৱে প্ৰচেছৰ হিচাপে স্নেপড্ৰেগন 765G চিপছেট দিয়া আছে ।


আনহাতে ফোনটোক বেটাৰী পাৱাৰ দিবলৈ ইয়াক 4000mAh বেটাৰি দিয়া হৈছে। বেটাৰি সোনকালে চাৰ্জ কৰিবলৈ ই দ্ৰুত চাৰ্জ 4.0 দ্ৰুত চাৰ্জিং প্ৰযুক্তিৰ দিয়া আছে । আৰু এই ফোনটো এণ্ড্ৰইড 10 OS-ৰ ওপৰত আধাৰিত কোম্পানীৰ এটা customized UI দিয়া আছে ।

Post a Comment

0 Comments